Celebration of International Women Day

Krishi Vigyan Kendra, Barpeta has organised the International Women Day at Kuchiajhar  under Bhawanipur Block on 8th March, 2022. The theme of International Women Day is to gender equality today for a sustainable tomorrow. The year 2022 is pivotal for achieving gender equality in the context of climate change and environmental and disaster risk reduction. Without gender equality today, a sustainable future and an equal future, remains beyond our reach. At the outset the participants were welcome by Dr. Swapna Choudhury, SMS(C.Sc), then Dr. Arup Kr Deka, Senior Scientist & Head,…

Read More

Training Programme of Input Dealer

The inaugural session of the self financed training programme of input dealers was well organized by KVK scientists in presence of dignitaries viz. Mr Arun Hazarika, DAO, Barpeta and Mr. Parikshit Bayan, SDAO, Barpeta. Mr. P Barman, i/c Sr. Scientist and Head, welcomed all the dignitaries present on the dias and the participants from various parts of the district. He also mentioned about the objectives of the fifteen day training programme. Mr. A Hazarika in his speech requested the participants to be loyal in their business. Mr. P. Bayan expressed…

Read More

হাউলীৰ কৃষি বিজ্ঞান কেন্দ্ৰত পৰিপুষ্টি বাগিচা অভিযান

হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ইফকোৰ সহযোগত পৰিপুষ্টি বাগিচা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী যোৱা ১৭ ছেপ্টেম্বৰত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উদ্যান শস্যৰ বিশেষজ্ঞ লিপিকা নাথৰ পৰিচালনাত অনুষ্ঠিত হয়। কাৰ্যসূচীত শস্য বিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে কৃষিজাত সামগ্ৰীসমূহ খোৱাৰ ফলত কেনে ধৰণৰ পুষ্টি, জিংক, আইৰণ আদি লাভ কৰিব পৰা যায় তাৰ ওপৰত বক্তব্য আগবঢ়ায়। অভিযানত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জিলা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা, জ্যেষ্ঠ বিজ্ঞানী তথা বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ অৰূপ কুমাৰ ডেকা আদিয়ে উপস্থিত থাকি গৰ্ভৱতী মাতৃ, প্ৰসূতি, নৱজাতক শিশু আদিৰ কেনে ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ…

Read More

Celebration of 18th foundation day of Krishi Vigyan Kendra, Barpeta

The 18th foundation day of Krishi Vigyan Kendra, Barpeta, was observed today in its campus with various Programmes in collaboration with IFFCO, Barpeta. Bajali DC Bharat Bhushan Dev Choudhury took part in the function and lit the ceremonial lamp as the chief guest.Pinkudhar Barman, subject matter specialist, explained the objectives and gave an account of the activities of the KVK since its inception.The DC said farmers do not earn much profit through traditional farming, Cultivation of paddy alone is not remunerative, hence livestock farming is now popular and it has…

Read More

Programmes on Bharat Ka Amrut Mahotsav

Awareness programme on processing and value addition of jute was conducted at Kayakuchi gaon under Sorukhetri Block on 10th August 2021. The main objective of the programme was to improve the quality, increase productivity and value addition of jute fiber. Topics like- Environmental impact of Jute, economic importance of jute, uses of jute fiber and value addition etc, were covered. Exhibition & demonstration of different value added jute products was also organized. All the participants actively participated during the session. Participants expressed their gratefulness to the KVK for conducting the…

Read More

National Campaign on ‘AYUSH Apke Dwar Mein’

Krishi Vigyan Kendra, Barpeta has organised the National Campaign on “AYUSH Apke Dwar” under “Azadi ka Mahotsav” held at KVK Barpeta on 1st September at KVK Training Hall in a befitting manner. At first an Aonla plant was planted by Sri Tej Prasad Bhusal, Deputy Commissioner, Barpeta District in the KVK campus. Before starting the inaugural session visited the campus and other demonstration units of KVK, Barpeta. The introductory address was given by Dr. Arup Kumar Deka, Senior Scientist and Head necessitating medicinal plant in our daily life. Hon’ble Deputy Commissioner…

Read More

Campaign of Food and Nutrition for Farmers under Bharat Ka Amrut Mahotsav

Krishi Vigyan Kendra, Barpeta has organised the campaign of Food and Nutrition for Farmers under Bharat Ka Amrut Mahotsav on 26th August at KVK Training Hall in a befitting manner. The introductory address was given by Dr. Arup Kumar Deka, Senior Scientist and Head necessitating the need of proper nutrition and balanced diet for every member of a family. He also stressed upon the need of nutrition in present COVID era. Mrs. Lipika Nath, SMS (Hort) addressed the house on the need of kitchen garden in every household and how it…

Read More

হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বীজগাঁও কাৰ্য্যসূচী মুকলি

বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অলপতে জিলাখনৰ দুখন গাওঁ ক্ৰমে বৰবিলা আৰু কুচিয়াঝাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত বানপানী সহনশীল শালিধান “ৰঞ্জিৎ চাব -১” জাতৰ বীজ কৃষক ৰাইজৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়। এই উপলক্ষে যোৱা ৮ জুনত বৰবিলা গাঁওত অনুষ্ঠিত বীজ বিতৰণী অনুষ্ঠানৰ উদ্বোধনী সভাত  মুখ্য অতিথি হিচাবে উপস্থিত থাকি জিলা উপায়ুক্ত  মুনীন্দ্ৰ শৰ্মাই কয় যে প্ৰতি বছৰে বানপানীয়ে বৰপেটা জিলাৰ এক বুজন অংশ একাধিক বাৰ বুৰাই পেলোৱা বাবে বিশেষকৈ শালিধানৰ বিস্তৰ ক্ষতি সাধন হয় আৰু কৃষক সকলে মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। শেহতীয়া ভাৱে…

Read More

সাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভা ২২ অক্টোবৰ ২০১৯

বৰপেটা জিলাৰ হাউলীস্হিত কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা ২২ অক্টোবৰ ২০১৯ তাৰিখে সাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভাৰ অনুস্হিত কৰা হয়। অনুস্হানত মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়ন, ইফকোৰ ক্ষেত্ৰ বিষয়া বিনোদ শইকীয়া, কৃষক তথা বৰপেটা নাৰ্ছাৰীৰ সত্বাধিকাৰী চাহাদত হুছেইনৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, কৰ্মচাৰীৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক কৃষক উপস্হিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্যবিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে আতঁ ধৰা সভাত কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ ডঃ চিত্তৰন্জন ডেকাই আদৰণি ভাষণ আগবঢ়ায়। ডেকাই ভাষণত সাৰৰ সমতুল্য ব্যৱহাৰৰ কথা উল্লেশ কৰে। সভাত মুখ্য অতিথি মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়নে জৈবিক…

Read More

নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত এদিনীয়া প্ৰশিক্ষণ

বৰপেটা জিলাৰ হাউলীষ্ঠিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত এদিনীয়া খণ্ড ভিত্তিক কৃষকৰ সজাগতা তথা বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতিৰ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠান (DIET) ৰ অধ্যক্ষ ড° কুলৰঞ্জন ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° অৰূপ কুমাৰ ডেকা, নাৰিকল উন্নয়ন বোৰ্ডৰ বিষয়া, নাৰিকল উৎপাদনকাৰী সন্থাৰ সদস্যসকলৰ লগতে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা পঞ্চাশতকৈ ও অধিক নাৰিকল খেতিয়ক। কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যানশস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে আঁত ধৰা উক্ত অনুষ্ঠানৰ…

Read More