Awareness programme on processing and value addition of jute was conducted at Kayakuchi gaon under Sorukhetri Block on 10th August 2021. The main objective of the programme was to improve the quality, increase productivity and value addition of jute fiber. Topics like- Environmental impact of Jute, economic importance of jute, uses of jute fiber and value addition etc, were covered. Exhibition & demonstration of different value added jute products was also organized. All the participants actively participated during the session. Participants expressed their gratefulness to the KVK for conducting the…
Read MoreAuthor: admin
National Campaign on ‘AYUSH Apke Dwar Mein’
Krishi Vigyan Kendra, Barpeta has organised the National Campaign on “AYUSH Apke Dwar” under “Azadi ka Mahotsav” held at KVK Barpeta on 1st September at KVK Training Hall in a befitting manner. At first an Aonla plant was planted by Sri Tej Prasad Bhusal, Deputy Commissioner, Barpeta District in the KVK campus. Before starting the inaugural session visited the campus and other demonstration units of KVK, Barpeta. The introductory address was given by Dr. Arup Kumar Deka, Senior Scientist and Head necessitating medicinal plant in our daily life. Hon’ble Deputy Commissioner…
Read MoreCampaign of Food and Nutrition for Farmers under Bharat Ka Amrut Mahotsav
Krishi Vigyan Kendra, Barpeta has organised the campaign of Food and Nutrition for Farmers under Bharat Ka Amrut Mahotsav on 26th August at KVK Training Hall in a befitting manner. The introductory address was given by Dr. Arup Kumar Deka, Senior Scientist and Head necessitating the need of proper nutrition and balanced diet for every member of a family. He also stressed upon the need of nutrition in present COVID era. Mrs. Lipika Nath, SMS (Hort) addressed the house on the need of kitchen garden in every household and how it…
Read Moreহাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বীজগাঁও কাৰ্য্যসূচী মুকলি
বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অলপতে জিলাখনৰ দুখন গাওঁ ক্ৰমে বৰবিলা আৰু কুচিয়াঝাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত বানপানী সহনশীল শালিধান “ৰঞ্জিৎ চাব -১” জাতৰ বীজ কৃষক ৰাইজৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়। এই উপলক্ষে যোৱা ৮ জুনত বৰবিলা গাঁওত অনুষ্ঠিত বীজ বিতৰণী অনুষ্ঠানৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে প্ৰতি বছৰে বানপানীয়ে বৰপেটা জিলাৰ এক বুজন অংশ একাধিক বাৰ বুৰাই পেলোৱা বাবে বিশেষকৈ শালিধানৰ বিস্তৰ ক্ষতি সাধন হয় আৰু কৃষক সকলে মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। শেহতীয়া ভাৱে…
Read Moreসাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভা ২২ অক্টোবৰ ২০১৯
বৰপেটা জিলাৰ হাউলীস্হিত কৃষি বিজ্ঞান কেন্দ্ৰত যোৱা ২২ অক্টোবৰ ২০১৯ তাৰিখে সাৰ প্ৰয়োগৰ ওপৰত এখনি সজাগতা সভাৰ অনুস্হিত কৰা হয়। অনুস্হানত মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়ন, ইফকোৰ ক্ষেত্ৰ বিষয়া বিনোদ শইকীয়া, কৃষক তথা বৰপেটা নাৰ্ছাৰীৰ সত্বাধিকাৰী চাহাদত হুছেইনৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, কৰ্মচাৰীৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক কৃষক উপস্হিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্যবিজ্ঞান বিশেষজ্ঞ পিংকুধৰ বৰ্মনে আতঁ ধৰা সভাত কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ ডঃ চিত্তৰন্জন ডেকাই আদৰণি ভাষণ আগবঢ়ায়। ডেকাই ভাষণত সাৰৰ সমতুল্য ব্যৱহাৰৰ কথা উল্লেশ কৰে। সভাত মুখ্য অতিথি মহকুমা কৃষি বিষয়া পৰিক্ষিত বায়নে জৈবিক…
Read Moreনাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত এদিনীয়া প্ৰশিক্ষণ
বৰপেটা জিলাৰ হাউলীষ্ঠিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত এদিনীয়া খণ্ড ভিত্তিক কৃষকৰ সজাগতা তথা বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতিৰ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠান (DIET) ৰ অধ্যক্ষ ড° কুলৰঞ্জন ডেকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° অৰূপ কুমাৰ ডেকা, নাৰিকল উন্নয়ন বোৰ্ডৰ বিষয়া, নাৰিকল উৎপাদনকাৰী সন্থাৰ সদস্যসকলৰ লগতে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা পঞ্চাশতকৈ ও অধিক নাৰিকল খেতিয়ক। কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যানশস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে আঁত ধৰা উক্ত অনুষ্ঠানৰ…
Read Moreনাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাত নাৰিকল পুলি বিতৰণ
বৰপেটা জিলাৰ হাউলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত মুঠ ৮২২২ টা ওখ জাতৰ নাৰিকলৰ পুলি বিতৰণ কৰা হয় । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ লগতে কৃষক ৰ আয় দুগুণীকৰণ আচনিৰ অন্তৰ্গত কুছিয়াঝাৰ গাঁৱৰ মুঠ তিৰানব্বৈ টা কৃষক পৰিয়ালক প্ৰতিটোকে দহটাকৈ মুঠ নশ ত্ৰিশ জোপা পুলি বিতৰণ কৰা হয় । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাত অনুস্থিত সভাত কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে নাৰিকল উন্নয়ন বোৰ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে । কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞা শ্ৰী লিপিকা নাথে আ্ঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কেন্দ্ৰৰ কৃষি সম্প্ৰসাৰণ…
Read Moreবৰপেটাৰ হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত দলিচা প্ৰস্ততকৰণৰ প্ৰশিক্ষণ
বৰপেটাৰ হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত সামুহিক বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ১০ ছেপ্তেম্বৰত দিনৰ ১০.০০ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণৰ কৰ্মশালা শুভাৰম্ভ কৰে বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত ড৹ বাবুল চহৰীয়াই । ভাষণ প্ৰসংগত ড° চহৰীয়াই জনায় যে সমগ্ৰ বৰপেটা জিলাতে দলিচা প্ৰস্তুতকৰণ প্ৰশিক্ষণৰ এয়া হৈছে প্ৰথম প্ৰয়াস আৰু ইয়াৰ যোগেদি বিশেষকৈ মহিলাসকল ব্যৱসায়িক দিশত যথেষ্ট পৰিমাণে লাভাম্বিত হ’ব পাৰিব । তেওঁ লগতে এই বুলিও কয় যে মহিলা আত্ম সহায়ক গোট বিলাকে জিলা উদ্যোগ কেন্দ্ৰৰ যোগেদি ঋণৰ ব্যৱস্থা কৰি যদি দলিচা নিৰ্মাণ কৰে, তেতিয়াহ’লে তেওঁলোকে অতি কম মূলধন খৰছ কৰি স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি…
Read Moreৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ শুভাৰম্ভ
ভাৰত চৰকাৰৰ মৎস, পশুধন আৰু দুগ্ধ মন্ট্ৰালয় আৰু পশুধন আৰু দুগ্ধ বিভাগৰ আহ্বানত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যোগত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ উত্তৰ প্ৰদেশৰ মথুৰাত ১১-০৯-২০১৯ তাৰিখে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে। এই অনুষ্টানৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত আয়োজিত সভাত প্ৰায় ১০০ জন গোপালকে অংশ গ্ৰহন কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথিতি হিচাপে অংশগ্ৰহণ কৰে বৰপেটা জিলাৰ উপায়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ শৰ্মাদেৱে। তদুপৰি বৰপেটা জিলা কৃষি বিষয়া শ্ৰীযুত কৃষ্ণ পাঠক , জিলা পশু চিকিৎসা বিষয়া শ্ৰীযুত মনোৰন্জন দাসকে আদি কৰি পশুপালন আৰু মীন বিভাগ,…
Read MoreModel nursery
A Model nursery was established during the year 2020 with an objective to production of quality planting material of horticultural crops and establish demo unit of some high value fruit crops. Production Under Model nursery Year 2020-21 Commodity Quantity Produced (in Q/kg/nos. etc) Chilli 12400 Tomato Brinjal Capsicum (Long & round) Papaya 250 Arecanut 50 Hedges 200 Strawberry runner 200 Chrysanthemum 100 Others 200
Read More