ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ শুভাৰম্ভ

ভাৰত চৰকাৰৰ মৎস, পশুধন আৰু দুগ্ধ মন্ট্ৰালয় আৰু পশুধন আৰু দুগ্ধ বিভাগৰ আহ্বানত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যোগত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনিৰ লগতে গৰুৰ কৃত্ৰিম প্ৰজনন আঁচনিৰ উত্তৰ প্ৰদেশৰ মথুৰাত ১১-০৯-২০১৯ তাৰিখে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে। এই অনুষ্টানৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত আয়োজিত সভাত প্ৰায় ১০০ জন গোপালকে অংশ গ্ৰহন কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথিতি হিচাপে অংশগ্ৰহণ কৰে বৰপেটা জিলাৰ উপায়ুক্ত মাননীয় শ্ৰীযুত মুনীন্দ্ৰ শৰ্মাদেৱে। তদুপৰি বৰপেটা জিলা কৃষি বিষয়া  শ্ৰীযুত কৃষ্ণ পাঠক , জিলা পশু চিকিৎসা বিষয়া শ্ৰীযুত মনোৰন্জন দাসকে আদি কৰি পশুপালন আৰু মীন বিভাগ,…

Read More